শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

আইপিএলঃ মাত্ৰ ৪ ৰানৰ ব্যৱধানত পঞ্জাৱৰ হাতত পৰাস্ত হ’ল ৰাজস্থান…

453
  • আইপিএল টি-২০ত সোমবাৰে পঞ্জাৱৰ বিৰুদ্ধে খেলপথাৰত নামে ৰাজস্থান।
  • প্ৰথমে বেটিং কৰাৰ পাছত পঞ্জাৱে সংগ্ৰহ কৰে ২২১ ৰান।
  • ৬টা উইকেট হেৰুওৱাই এই ৰান সংগ্ৰহ কৰে পঞ্জাৱে।
  • অৱশ্যে বহু চেষ্টাৰ পাছতো টাৰ্গেটত উপনীত হ’ব নোৱাৰে ৰাজস্থান।
  • ২০ অভাৰত ৰাজস্থানে ৭ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২১৭ ৰান।
  • সোমবাৰৰ মেচখনত ৪ ৰানৰ ব্যৱধানত পৰাস্ত হয় ৰাজস্থান ৰয়েলছ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি