আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ…

আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ…
  • ২০২০ৰ আইপিএলৰ প্ৰথমখন মেচত জয়ী হল চেন্নাই ছুপাৰ কিংছ।
  • মুম্বাই ইণ্ডিয়ানছে বান্ধি দিয়া ১৬৩ ৰানৰ টাৰ্গেট ভংগ কৰি জয়ী হল চি এছ কে।
  • ১৯.২ অভাৰত ৫ উইকেট হেৰুৱাই ১৬৬ৰান সংগ্ৰহ কৰে চেন্নাইয়ে।
  • চেন্নাইৰ হৈ ফাফ ডু প্লেছিছে ৫৮ আৰু আম্বাতী ৰায়াডুৱে ৭১ ৰান সংগ্ৰহ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in