আন্তঃজিলা যাতায়তকলৈ স্বাস্থ্য মন্ত্ৰীৰ ঘোষণা…

আন্তঃজিলা যাতায়তকলৈ স্বাস্থ্য মন্ত্ৰীৰ ঘোষণা…

  • স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে নতুন SOP।
  • পুনৰ এসপ্তাহলৈ বন্ধ হৈ থাকিব আন্তঃজিলা যাতায়ত।
  • স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ জৰিয়তে জনালে এই কথা।
  • দীৰ্ঘদিন ধৰি কোভিডৰ বাবে বন্ধ হৈ আছে আন্তঃজিলা যাতায়ত।
  • নতুন SOP অনুসৰি আগন্তুক সোমবাৰ পৰ্যন্ত বন্ধ হৈ থাকিব আন্তঃজিলা যাতায়ত ব্যৱস্থা।
  • আনহাতে ৫ খন জিলা সম্পূৰ্ণ কণ্টেইমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে।
  • লখিমপুৰ, যোৰহাট, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ'ন হিচাপে পুনৰ ঘোষণা কৰা হৈছে।
  • গোৱালপাৰা, মৰিগাঁৱত শিথিল কৰা হৈছে সান্ধ্য আইন।
  • ২৭ খন জিলাত পুৱা ৫ বজাৰ পৰা বিয়লি ৪ বজালৈ শিথিল কৰা হৈছে সান্ধ্য আই।
  • বিয়লি ৪ বজাৰ পৰা পুৱা ৫ বজালৈ বৰ্তী থাকিব সান্ধ্য আইন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in