" লক্ষ্ণৌত ইণ্ডিগ'ৰ বিমানৰ জৰুৰী অৱতৰণ বিমানখনৰ নম্বৰ 6E 6650 দিল্লীৰ পৰা শিলিগুড়িৰ অভিমুখে আহি আছিল বিমানখন বিমানখনত বোমা সংস্থাপন কৰা আছে বুলি খবৰ দিছিল এক অজ্ঞাত সূত্ৰই তাৰ পাছতে জৰুৰীভাৱে অৱতৰণ কৰে বিমানখনে "