শেহতীয়া খবৰ
৬নং দফাৰ পৰামৰ্শৰ প্ৰতিবেদন সাজু; ল’বলৈ আজৰি নাই গৃহমন্ত্ৰীৰ, নে কমিটীৰ পৰামৰ্শক লৈ লাগিছে লেঠা...  •  ৬নং দফাৰ পৰামৰ্শৰ প্ৰতিবেদন সাজু; ল’বলৈ আজৰি নাই গৃহমন্ত্ৰীৰ, নে কমিটীৰ পৰামৰ্শক লৈ লাগিছে লেঠা...  •  দেখা পালে কি হ’ব! সেয়ে ট্ৰাম্পৰ আগমণৰ পূৰ্বেই খালী কৰা হ’ল আহমেদাবাদৰ বস্তি অঞ্চল...  •  কন্যাৰ বিয়ালৈ প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনোৱা ৰিক্সা চালক মংগল কেৱটৰ অৱশেষত পূৰণ হ’ল সপোন...  •  ২৩ বছৰীয়া বিবাহ বাৰ্ষিকীত আবেগিক হৈ পৰিল প্ৰিয়ংকা, ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে ফটো...  •  দেহত নাই কোৰোনা ভাইৰাছ, আনন্দত নাচি উঠিল যুৱতীঃ চাওক VIDEO  •  ক্ৰিকেটৰ খেলপথাৰত নহয়, এইবাৰ ইনষ্টাগ্ৰামতো অভিলেখ বিৰাট কোহলীৰ...  •  ধাৰা ৩৭০ বাতিলৰ পিছত মোডীক সমালোচনা কৰা বৃটিছ সাংসদক বিমান বন্দৰতে আৱদ্ধ, উভতাই পঠিওৱা হ’ল ডুবাইলৈ  •  বিশিষ্ট চলচ্ছিত্ৰ প্ৰযোজক প্ৰাঞ্জল ভৰালী আৰু নাই...  •  পুৰণিগুদামৰ BKB মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাঃ উপস্থাপন হ'ল অভিজিৎ-নিলোৎপলৰ হত্যাকাণ্ড...

এদিনীয়া শৃংখলাৰ তৃতীয়খন মেচত ভাৰতৰ হাতত পৰাস্ত অষ্ট্ৰেলিয়া…

627
  • অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ তৃতীয়খন মেচত জয়ী ভাৰত।
  • ২-১ পইন্টৰ ব্যৱধানত ভাৰতৰ হাতত পৰাস্ত অষ্ট্ৰেলিয়া।
  • মেচখনত প্রথমে বেটিং কৰি অষ্ট্ৰেলিয়াই বান্ধি দিছিল ২৮৭ ৰানৰ লক্ষ্য।
  • ভাৰতে ৪৭.৩ অভাৰতে ২৮৯ ৰাং সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
  • ৩টা উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে এই ৰান।
  • মেচখনত আটাইতকৈ ভাল খেল প্ৰদৰ্শন কৰে ভাৰতীয় বেটছমেন ৰোহিত শৰ্মাই।
  • ১২৮টা বলত ১১৯ৰান সংগ্ৰহ কৰে খেলুৱৈগৰাকীয়ে।
  • তাৰপাছত ক্ৰমে কে এল ৰাহুলে ২৭টা বলত ১৯ ৰান, অধিনায়ক বিৰাট কোহলীয়ে ৯১টা বলত ৮৯ ৰান আৰু শ্ৰেয়াছ আয়াৰে ৩৫টা বলত ৪৪ৰান সংগ্ৰহ কৰে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি