এদিনীয়া শৃংখলাৰ তৃতীয়খন মেচত ভাৰতৰ হাতত পৰাস্ত অষ্ট্ৰেলিয়া…

এদিনীয়া শৃংখলাৰ তৃতীয়খন মেচত ভাৰতৰ হাতত পৰাস্ত অষ্ট্ৰেলিয়া…
  • অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ তৃতীয়খন মেচত জয়ী ভাৰত।
  • ২-১ পইন্টৰ ব্যৱধানত ভাৰতৰ হাতত পৰাস্ত অষ্ট্ৰেলিয়া।
  • মেচখনত প্রথমে বেটিং কৰি অষ্ট্ৰেলিয়াই বান্ধি দিছিল ২৮৭ ৰানৰ লক্ষ্য।
  • ভাৰতে ৪৭.৩ অভাৰতে ২৮৯ ৰাং সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
  • ৩টা উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে এই ৰান।
  • মেচখনত আটাইতকৈ ভাল খেল প্ৰদৰ্শন কৰে ভাৰতীয় বেটছমেন ৰোহিত শৰ্মাই।
  • ১২৮টা বলত ১১৯ৰান সংগ্ৰহ কৰে খেলুৱৈগৰাকীয়ে।
  • তাৰপাছত ক্ৰমে কে এল ৰাহুলে ২৭টা বলত ১৯ ৰান, অধিনায়ক বিৰাট কোহলীয়ে ৯১টা বলত ৮৯ ৰান আৰু শ্ৰেয়াছ আয়াৰে ৩৫টা বলত ৪৪ৰান সংগ্ৰহ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in