বৰ্তমান সময়ত ইৰান ভ্ৰমণ বাতিল কৰক ভাৰতীয় নাগৰিকেঃ আহ্বান বিদেশ মন্ত্ৰণালয়ৰ…

বৰ্তমান সময়ত ইৰান ভ্ৰমণ বাতিল কৰক ভাৰতীয় নাগৰিকেঃ আহ্বান বিদেশ মন্ত্ৰণালয়ৰ…
  • ইৰান-আমেৰিকাৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন ভাৰত।
  • ভাৰতীয় নাগৰিক সকললৈ আহ্বান জনাই জাননী জাৰি কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়লৈ।
  • ইৰানৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইৰান ভ্ৰমণ নকৰিবলৈ আহ্বান ভাৰতীয় নাগৰিকক।
  • কোনো অত্যাৱশ্যকীয় কাৰণৰ বাহিৰে আন ভ্ৰমণ বাতিল কৰিবলৈ আহ্বান জনাইছে বৈদেশিক মন্ত্ৰণালয়ে।
  • পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত ইৰান ভ্ৰমণ নকৰিবলৈ জনাইছে আহ্বান।
  • ইফালে ইৰানত থকা প্ৰৱাসী ভাৰতীয়সকলকো সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে।
  • ইৰানৰ ভিতৰতে ভ্ৰমণ কৰাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰি চলিবলৈ জনোৱা হৈছে আহ্বান।
  • উল্লেখ্য যে, ইৰাকত আমেৰিকান সেনাৰ আক্ৰমণত ইৰানী জেনেৰেল কাছিম চোলেমানীৰ হত্যাৰ পিছতে ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ইৰান-আমেৰিকাৰ পৰিস্থিতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in