বান পীড়িতৰ মাজত খাদ্য সামগ্ৰী বিতৰণ ভাৰতীয় সেনাৰ…

বান পীড়িতৰ মাজত খাদ্য সামগ্ৰী বিতৰণ ভাৰতীয় সেনাৰ…
  • হোজাইত অপৰিৱৰ্তিত বান পৰিস্থিতি।
  • জিলাখনৰ বিভিন্ন স্থানত ভাৰতীয় সেনাৰ বান সাহায্য বিতৰণ।
  • বানাক্রান্তৰ মাজত খাদ্য সামগ্রী বিতৰণ ভাৰতীয় সেনাৰ।
  • তেজপুৰৰ সেনা চাউনিৰ পৰা বিতৰণ কৰা হৈছে খাদ্য সামগ্রী।
  • খাদ্য সামগ্ৰী বিতৰণৰ লগতে অব্যাহত আছে উদ্ধাৰ অভিযান।
  • সেনাৰ জোৱানে উদ্ধাৰ কৰে প্রায় ৩০০ বানাক্রান্তক।
  • হোজাইৰ বিভিন্ন স্থানত বান পীড়িতক উদ্ধাৰ চলাই আছে সেনাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in