বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ পাছতেই পাকিস্তানৰ লগত যুদ্ধৰ বাবে সাজু হৈছিল ভাৰত…

বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ পাছতেই পাকিস্তানৰ লগত যুদ্ধৰ বাবে সাজু হৈছিল ভাৰত…
  • বালাকোটৰ আক্ৰমণৰ পাছত যুদ্ধ কৰিবলৈ সাজু আছিল ভাৰতীয় সেনা।
  • পুলৱামাৰ আক্ৰমণৰ পাছতেই প্ৰতিশোধ পূৰণৰ বাবে ভাৰতে যথেষ্ট পৰিকল্পনা কৰিছিল।
  • তাৰ মাজতে চলাইছিল বালাকোটত এয়াৰ ষ্ট্ৰাইক।
  • সেই এয়াৰ ষ্ট্ৰাইকৰ পাছতেই সাম্ভাৱ্য পৰিস্থিতিৰ বাবে সাজু হৈ আছিল ভাৰতীয় সেনা।
  • ভাৰতীয় সেনা প্ৰধান বিপিট ৰাৱটে সদৰী কৰিছে এই কথা।
  • যিকোনো পৰিস্থিতিৰ বাবে আনকি পাকিস্তানৰ সৈতে যুদ্ধৰ বাবেও সাজু আছিল বুলি স্বীকাৰ কৰিছিল সেনা মুৰব্বীগৰাকীয়ে।
  • পিটিআইক প্রথমবাৰৰ বাবে এই কথা সদৰী কৰিলে সেনা প্ৰধানগৰাকীয়ে।
  • চৰকাৰক তেওঁ প্ৰস্তুতিৰ সম্পৰ্কে সকলো কথা অৱগত কৰিছিল।
  • উৰী আক্ৰমণৰ পাছতেই ভাৰতীয় সেনাই ১১হাজাৰ কোটি টকা গুলী-বাৰুদৰ ঠিকা চূড়ান্ত কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in