ভাৰত বনাম ৱেষ্ট ইণ্ডিজঃ প্ৰথমখন টেষ্ট মেচত টীম ইণ্ডিয়াৰ ২৯৭ ৰান সংগ্ৰহ…

ভাৰত বনাম ৱেষ্ট ইণ্ডিজঃ প্ৰথমখন টেষ্ট মেচত টীম ইণ্ডিয়াৰ ২৯৭ ৰান সংগ্ৰহ…
  • ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ প্ৰথমখন টেষ্ট মেচৰ শুকুৰবাৰে দ্বিতীয়টো দিন।
  • প্ৰথমে বেটিং কৰি ভাৰতে সংগ্ৰহ কৰে ২৯৭ ৰান।
  • আটাইকেইটা উইকেট হেৰুৱাই ৯৬.৪ অভাৰত সংগ্ৰহ কৰে এই ৰান।
  • মেচখনত এ ৰাহানেয়ে ১৬৩ বলত সংগ্ৰহ কৰে ৮১ ৰান।
  • মেচখনত ভাল খেল প্ৰদৰ্শন কৰি ৰবীন্দ্ৰ জাডেজাই সংগ্ৰহ কৰে ৫৮ ৰান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in