শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ঃ টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ভাৰতৰ…

শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ঃ টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ভাৰতৰ…
  • ভাৰত-শ্ৰীলংকাৰ টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচৰ টছত জয়ী ভাৰত।
  • টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত ভাৰতৰ।
  • ইন্দোৰত অনুষ্ঠিত হৈছে ভাৰত-শ্ৰীলংকাৰ এই মেচখন।
  • উল্লেখ্য যে, ৫ জানুৱাৰীত বৰষুণৰ বাবে গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব লগা প্ৰথমখন টি-২০ মেচ বাতিল কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in