শেহতীয়া খবৰ
শিলচৰত সংখ্যালঘু আৰু চাহ জনগোষ্ঠীয় ভোটাৰে নিৰূপণ কৰিব সুস্মিতা-ৰাজদ্বীপৰ ভাগ্য  •  গভীৰ ৰহস্যৰ আৱৰ্তত চাপৰৰ বিজেপি নেতা তথা চিকিৎসক হত্যাকাণ্ডৰ ঘটনা, VIDEO  •  সোণোৱাল-মোডী চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ অতুল বৰা  •  নতুন দিল্লীত ভাৰত চৰকাৰৰে নগা বিদ্ৰোহী এনএছচিএন (আই এম)ৰ যুদ্ধ বিৰতি পৰ্যালোচনা বৈঠক  •  মথুৰাপুৰৰ শ্ৰীপুৰত আশীৰ্বাদ গ্ৰাম্য সংগঠনৰ কাৰ্যালয় নিৰ্মাণৰ শুভাৰম্ভ  •  প্ৰধানমন্ত্ৰীৰ ৫৬ ইঞ্চিৰ বুকুক উপহাস! মোডীক লৈ নিৰ্মাণ হ’ব লাগে কমেডী চিনেমা, কাৰ মন্তব্য এয়া...  •  ফ্লায়িং স্কোৱাডৰ দলক বাধাঃ হেলিকপ্টাৰত তালাচী চলাবলৈ নিদিলে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে, VIDEO  •  থানাৰ ভিতৰতে কোন কংগ্ৰেছ নেতাই কাক শোধালে চৰ... VIDEO  •  তামুলপুৰৰ ছলিকান্দাত ইউপিপিএলৰ নিৰ্বাচনী সভা  •  ৰৌমাৰী পাথাৰত অঘটন, ট্ৰেক্টৰৰ চেপাত এজনৰ মৃত্যু

আজি ভাৰত-নিউজিলেণ্ডৰ প্ৰথমখন টি-২০ মেচ

247
  • আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব প্ৰথমখন টি-২০ মেচ।
  • ৱেলিংটনত অনুষ্ঠিত হ’ব তিনিখনীয়া টি-২০ ছিৰিজৰ প্ৰথমখন মেচ।
  • এদিনীয়া শৃংখলা দখল কৰাৰ পিছত আত্মবিশ্বাসী টীম ইণ্ডিয়াক নেতৃত্ব দিব ৰোহিত শৰ্মাই।
  • উল্লেখযোগ্য যে এতিয়ালৈ নিউজেলণ্ডৰ বিৰুদ্ধে ৯খন টি-২০ মেচ খেলিছে আৰু তাৰ ভিতৰত মাত্ৰ দুখনতহে বিজয়ী হৈছে ভাৰত।
  • ২০১৭ চনত প্ৰথমবাৰৰ বাবে টি-২০ মেচত ২–১ত নিউজিলেণ্ডক পৰাস্ত কৰিছিল টীম ইণ্ডিয়াই।
  • ৮ আৰু ১০ ফেব্ৰুৱাৰীত হ’‍ব শৃংখলাৰ আন দুখন খেল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি