আজি ভাৰত-নিউজিলেণ্ডৰ প্ৰথমখন টি-২০ মেচ

আজি ভাৰত-নিউজিলেণ্ডৰ প্ৰথমখন টি-২০ মেচ
  • আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব প্ৰথমখন টি-২০ মেচ।
  • ৱেলিংটনত অনুষ্ঠিত হ'ব তিনিখনীয়া টি-২০ ছিৰিজৰ প্ৰথমখন মেচ।
  • এদিনীয়া শৃংখলা দখল কৰাৰ পিছত আত্মবিশ্বাসী টীম ইণ্ডিয়াক নেতৃত্ব দিব ৰোহিত শৰ্মাই।
  • উল্লেখযোগ্য যে এতিয়ালৈ নিউজেলণ্ডৰ বিৰুদ্ধে ৯খন টি-২০ মেচ খেলিছে আৰু তাৰ ভিতৰত মাত্ৰ দুখনতহে বিজয়ী হৈছে ভাৰত।
  • ২০১৭ চনত প্ৰথমবাৰৰ বাবে টি-২০ মেচত ২–১ত নিউজিলেণ্ডক পৰাস্ত কৰিছিল টীম ইণ্ডিয়াই।
  • ৮ আৰু ১০ ফেব্ৰুৱাৰীত হ'‍ব শৃংখলাৰ আন দুখন খেল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in