নিউজিলেণ্ডৰ বিৰুদ্ধে আজিৰে পৰা খেলপথাৰত নামিব বিৰাট বাহিনী…

নিউজিলেণ্ডৰ বিৰুদ্ধে আজিৰে পৰা খেলপথাৰত নামিব বিৰাট বাহিনী…
  • শুকুৰবাৰৰে পৰা আৰম্ভ হ'ব ভাৰত-নিউজিলেণ্ডৰ মাজত টি-২০ শৃংখলা।
  • এই শৃংখলাত খেলা হ'ব ৫ খনকৈ মেচ।
  • অকলেণ্ডৰ ইজেন পাৰ্ক খেলপথাৰত খেলা হ'ব শৃংখলাৰ প্ৰথমখন মেচ।
  • শুকুৰবাৰৰ দিনা অকলেণ্ডৰ আকাশ গোমা যদিও বৰষুণৰ আশংকা নাই বুল ঘোষণা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
  • শুকুৰবাৰে অকলেণ্ডত তাপমাত্ৰা ১৭ ৰ পৰা ২৫ ডিগ্ৰী ছেলচিয়াছত থাকিব বুলি সদৰী কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in