এডেলেইডত ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয়খন এদিনীয়া

এডেলেইডত ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয়খন এদিনীয়া
  • আজি ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয়খন এদিনীয়া ক্ৰিকেট মেচ।
  • এডেলেইডত অনুষ্ঠিত হৈছে এই মেচখন।
  • ইতিমধ্যে টছত জয়ী হৈছে অষ্ট্ৰেলিয়া।
  • প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ল'লে কেংগাৰু বাহিনীয়ে।
  • ১৯.৩ অভাৰত অষ্ট্ৰেলিয়াই ৩ উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে ৮৭ ৰান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in