কোৰোনাৰ শেহতীয়া আপডেট…

কোৰোনাৰ শেহতীয়া আপডেট…
  • ভাৰতত বিগত ২৪ঘন্টাত কোৰোনাত নতুনকৈ আক্ৰান্ত হৈছে ৪১, ৬৪৯গৰাকী।
  • এইসময়চোৱাত আৰোগ্য লাভ কৰিছে ৩৭, ২৯১গৰাকী লোকে।
  • ৫৯৩গৰাকী ৰোগী মৃত্যু হৈছে এই সময়চোৱাত।
  • বৰ্তমানলৈ ভাৰতত ৪৬, ১৫, ১৮, ৪৭৯গৰাকী লোকক প্ৰদান কৰা হৈছে ভেকচিন।
  • ৪,২৩, ৮১০গৰাকী লোকে এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে ভাৰতত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in