দেশত এদিনতে কোভিডত আক্ৰান্ত ৩,৪৩,১৪৪ জন,মৃত্যু ৪০০০ জনৰ…

দেশত এদিনতে কোভিডত আক্ৰান্ত ৩,৪৩,১৪৪ জন,মৃত্যু ৪০০০ জনৰ…
  • বিগত ২৪ ঘন্টাত দেশত কোভিড আক্ৰান্ত ৩,৪৩,১৪৪ জন ।
  • কোভিডত আক্ৰান্ত হৈ বিগত ২৪ ঘন্টাত মৃত্যু হৈছে ৪০০০ জনৰ ।
  • এদিনতে দেশত কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰিছে ৩,৪৪,৭৭৬ জনে ।
  • দেশত সৰ্বমুঠ কোভিডত আক্ৰান্ত ২,৪০,৪৬,৮০৯ জন ।
  • কোভিডত আক্ৰান্ত হৈ সৰ্বমুঠ মৃত্যু হয় ২,৬২,৩১৭ জন ।
  • দেশত বৰ্তমানলৈ ১৭,৯২,৯৮,৫৮৪ জন লোকক কোভিড ভেকচিন প্ৰদান কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in