শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু…

277
  • দেশত দ্ৰুত গতিত বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমন ।
  • এদিনতে দেশত কোভিডত আক্ৰান্ত ৩,৩২,৭৩০ জন ।
  • কোভিডত আক্ৰান্ত হৈ বিগত ২৪ ঘন্টাত দেশত মৃত্যু হয় ২২৬৩ জনৰ ।
  • কোভিড আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১,৯৩,২৭৯ জনে ।
  • ইফালে ১৩ কোটি ৫৪ লাখতকৈ অধিক লোকক দেশত প্ৰদান কৰা হয় কোভিড ভেকচিন ।
  • দেশত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত হৈছে ১,৬২,৬৩,৬৯৫ জন ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি