এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু…

এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু…
  • দেশত দ্ৰুত গতিত বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমন ।
  • এদিনতে দেশত কোভিডত আক্ৰান্ত ৩,৩২,৭৩০ জন ।
  • কোভিডত আক্ৰান্ত হৈ বিগত ২৪ ঘন্টাত দেশত মৃত্যু হয় ২২৬৩ জনৰ ।
  • কোভিড আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১,৯৩,২৭৯ জনে ।
  • ইফালে ১৩ কোটি ৫৪ লাখতকৈ অধিক লোকক দেশত প্ৰদান কৰা হয় কোভিড ভেকচিন ।
  • দেশত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত হৈছে ১,৬২,৬৩,৬৯৫ জন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in