দেশত এদিনতে কোভিডত আক্ৰান্ত ৩,২৯,৯৪২ জন, ৩,৮৭৬ জনৰ মৃত্যু….

দেশত এদিনতে কোভিডত আক্ৰান্ত ৩,২৯,৯৪২ জন, ৩,৮৭৬ জনৰ মৃত্যু….
  • এদিনতে দেশত কোভিড আক্ৰান্ত  ৩,২৯,৯৪২ জন ।
  • কোভিডত আক্ৰান্ত হৈ বিগত ২৪ ঘন্টাত মৃত্যু হয় ৩,৮৭৬ জন ।
  • কোভিডত আক্ৰান্ত হৈ বিগত ২৪ ঘন্টাত আৰোগ্য লাভ কৰে  ৩,৫৬,০৮২ জনে ।
  • বৰ্তমানলৈ দেশত ১৭,২৭,১০,০৬৬ গৰাকী লোকক কোভিড ভেকচিন প্ৰদান কৰা হয়।
  • দেশত সৰ্বমুঠ কোভিডত আক্ৰান্ত ২,২৯,৯২,৫১৭ জন ।
  • কোভিডত আক্ৰান্ত হৈ দেশত সৰ্বমুঠ মৃত্যু হয় ২,৪৯,৯৯২ জন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in