দেশত বৰ্তমানলৈ ৭০ লাখতকৈ অধিক লোকক কোভিড ভেকচিন প্ৰদান…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • বিগত ২৪ ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত ১২,৯২৩ গৰাকী ।
  • কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১১,৭৬৪ গৰাকীয়ে ।
  • কোৰোনাত আক্ৰান্ত হৈ বিগত ২৪ ঘন্টাত মৃত্যু ১০৮ গৰাকীৰ ।
  • বৰ্তমানলৈ দেশত সৰ্বমুঠ কোৰোনাত আক্ৰান্ত ১,০৮,৭১,২৯৪ জন ।
  • কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১,০৫,৭৩,৩৭২ জন ।
  • কোৰোনাত আক্ৰান্ত হৈ দেশত সৰ্বমুঠ মৃত্যু হয় ১,৫৫,৩৬০ জন ।
  • বৰ্তমানলৈ দেশত ৭০,১৭,১১৪ গৰাকী লোকক কোভিড ভেকচিন প্ৰদান কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in