ভাৰত-পাকিস্তানৰ ৰোমাঞ্চকৰ খেলত বৰষুণৰ বাধা…

ভাৰত-পাকিস্তানৰ ৰোমাঞ্চকৰ খেলত বৰষুণৰ বাধা…
  • বৰষুণৰ বাবে স্থগিত ভাৰত-পাকিস্তানৰ বিশ্বকাপক খেল।
  • ৰোমাঞ্চকৰ খেলখনত টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল পাকিস্তানে।
  • ৰোহিত শৰ্মাৰ শতক আৰু কেএল ৰাহুল, বিৰাট কোহলীৰ অৰ্ধশতকেৰে ৪৬.৪ অভাৰলৈ ভাৰতৰ স্ক'ৰ ৩০৫ ৰান।
  • ভাৰতে এতিয়ালৈকে হেৰুৱাইছে ৪টা উইকেট।
  • হাৰ্ডিক পাণ্ডিয়াই ২৯ ৰান কৰি আউট হোৱাৰ লগতে আজিৰ খেলত ব্যৰ্থ হয় এম এছ ধোনী।
  • খেলখনত ২টা বলত মাত্ৰ ১ ৰান কৰিয়েই পেভিলিয়নলৈ উভতিব লগীয়া হয় এম এছ ধোনী।
  • বৰ্তমান নট আউট হৈ আছে বিৰাট কোহলী আৰু বিজয় শংকৰ।
  • ৬২টা বলত ৭১ ৰান কৰি নট আউট হৈ আছে কোহলী।
  • বিজয় শংকৰে সংগ্ৰহ কৰিছে ৬ বলত ৩ ৰান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in