দেশত ২৪ঘন্টাত কোৰোনাত আক্ৰান্ত হৈ ২০১গৰাকী ৰোগীৰ মৃত্যু…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • বিগত ২৪ঘন্টাত ভাৰতত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ১৮হাজাৰ ৬৪৫গৰাকী লোক।
  • এই সময়চোৱাত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২০১গৰাকী।
  • দেশত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈ ১লাখ ৫০হাজাৰ ৯৯৯গৰাকী লোকৰ মৃত্যু হৈছে।
  • দেশত কোৰোনাত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হৈছে ১,০৪,৫০,২৮৪।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in