ভাৰতত কোৰোনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২,৭৫৩ জনলৈ বৃদ্ধি, আক্ৰান্ত ৮৫,৭৯০…

ভাৰতত কোৰোনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২,৭৫৩ জনলৈ বৃদ্ধি, আক্ৰান্ত ৮৫,৭৯০…
  • ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২,৭৫৩ জনলৈ বৃদ্ধি।
  • ইফালে এতিয়ালৈকে আক্ৰান্ত হৈছে ৮৫,৭৯০ গৰাকী লোক।
  • ভাৰতত এতিয়ালৈকে আৰোগ্য হৈছে ৩০,২৫৮ গৰাকী লোক।
  • এতিয়াও চিকিৎসা প্ৰদান কৰি থকা হৈছে ৫২,৭৭৪ গৰাকী লোকক।
  • ভাৰতৰ ভিতৰত সৰ্বাধিক কোৰোনাত মহাৰাষ্ট্ৰৰ লোক আক্ৰান্ত হৈছে।
  • ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হৈছে মুঠ ২৯,১০০ গৰাকী লোক।
  • মহাৰাষ্ট্ৰত কোৰোনাত মৃত্যু হৈছে মুঠ ১,০৬৮ গৰাকী লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in