দেশত ১,৪১,৯৮৬জন কোভিড পজিটিভ, ২৮৫জনৰ মৃত্যু…

দেশত ১,৪১,৯৮৬জন কোভিড পজিটিভ, ২৮৫জনৰ মৃত্যু…
  • দেশত ক্ৰমাৎ বৃদ্ধি পাই গৈ আছে কোৰোনাৰ সংক্ৰমণ।
  • ভাৰতত যোৱা ২৪ ঘন্টাত ১৪১৯৮৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ৰাজ্যত এই সময়চোৱাত সুস্থ হয় ৪০৮৯৫জন লোক।
  • ইফালে, ২৪ ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত ২৮৫জনৰ মৃত্যু হয়।
  • বৰ্তমান দেশত পজিটিভিটী হাৰ ৯.২৮ শতাংশ।
  • আনহাতে, দেশত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪৭২১৬৯জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in