শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

স্বদেশৰ ভূমিত আক্ৰমণ বন্ধ কৰিবলৈ পাকিস্তানক সঁকিয়াই দিলে ভাৰতে…

253

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে জম্মু-কাশ্মীৰৰ জিলা পৰ্যায়ৰ নিৰ্বাচন ব্যাঘাত জন্মাইছে বুলি মন্তব্য কৰি পাকিস্তানৰ সেনাবাহিনীক ভাৰতত আক্ৰমণ চলাবলৈ ব্যৱহাৰ কৰা বিৰুদ্ধে শনিবাৰে দেশখনক সঁকিয়াই দিছে। তেওঁ লগতে কয় যে দেশৰ নিৰাপত্তা অক্ষুন্ন ৰাখিবৰ বাবে তেওঁ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীগৰাকীয়ে নাগ্ৰ’টা এনকাউন্টাৰ সম্পৰ্কে এটা টুইটত পাকিস্তানৰ জেইচ-ই-মোহাম্মদৰ দোষী বুলি মন্তব্য কৰিছে। সাধাৰণতে এয়া খুবেই বিৰল য’ত মোডীয়ে নিৰাপত্তা অভিযান বিষয়ত নিজৰ মত ব্যক্ত কৰে। তেওঁ ইয়াক ভাৰতে গুৰুত্ব সহকাৰে বিবেচনা কৰিছে বুলি কৈ ভাৰতীয় সেনাবাহিনীয়ে সেয়া সতৰ্কতাৰে প্ৰতিহত কৰিছে বুলি উল্লেখ কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি