বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া, ১১ অক্টোবৰৰ পৰা পাব টিকট

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ এদিনীয়া খেলৰ বাবে মাজত মাত্ৰ কেইটামান দিন।
  • খেলখনৰ বাবে প্ৰস্তুত হৈছে অসম ক্ৰিকেট সন্থা।
  • মঙলবাৰে ঘোষণা হ'ল টিকটৰ মূল্য।
  • বুক মাই শ্ব'ৰ জৰিয়তে দৰ্শকে ক্ৰয় কৰিব পাৰিব টিকট।
  • ১১ অক্টোবৰৰ পৰা বুক মাই শ্ব'ত উপলব্ধ হ'ব টিকট।
  • খেল চাবৰ বাবে সৰ্বাধিক টিকটৰ মূল্য ৫০০০ টকা।
  • ছাত্র-ছাত্ৰীসকলৰ বাবে নিৰ্ধাৰণ কৰা হৈছে সৰ্বনিম্ন ৫০০ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in