ভাৰত-শ্ৰীলংকাৰ প্ৰথমখন টি-২০ মেচ বাতিল…

ভাৰত-শ্ৰীলংকাৰ প্ৰথমখন টি-২০ মেচ বাতিল…
  • ভাৰত-শ্ৰীলংকাৰ প্ৰথমখন টি-২০ মেচ বাতিল।
  • বতৰৰ বিধি-পঠালিৰ বাবে বাতিল কৰা হয় খেলখন।
  • খেল আৰম্ভ হোৱাৰ পূৰ্বে আহে বৰষুণ।
  • গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আছিল খেলখন।
  • প্ৰথমে টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লৈছিল ভাৰতে।
  • পিছে বৰষুণৰ বাবে আৰম্ভ নহ'ল খেল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in