বৃহস্পতিবাৰে ক্ৰিকেট বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰত

বৃহস্পতিবাৰে ক্ৰিকেট বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰত
  • বৃহস্পতিবাৰে ক্ৰিকেট বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ মেচ।
  • বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ'ব এই মেচ।
  • ট্ৰেন্ট ব্ৰিজ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ খেলখন।
  • এই সংস্কৰণৰ ক্ৰিকেট বিশ্বকাপত ১৮ নম্বৰখন খেল বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব।
  • ইতিমধ্যে ২খন খেলত অৱতীৰ্ণ হৈ দুয়োখনতে জয়ী হৈছে ভাৰত।
  • ইফালে নিউজিলেণ্ডো জয়ী হৈছে অৱতীৰ্ণ হোৱা ৩খন খেলতে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in