শেহতীয়া খবৰ
মুজাফ্ফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি  •  এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক, নিহত ৩ শিশুসহ ৪জন  •  পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰসহ নিহত ৩  •  শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত  •  কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা  •  মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা  •  ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন  •  ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড  •  পৰস্ত্ৰীৰ অশ্লীল ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি ৰঙাঘৰত সোমাল বদৰপুৰৰ সেনা জোৱান  •  প্ৰাক্তন ক্ৰিকেটাৰ, গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ উমেশ শৰ্মাৰ দেহাৱসান

বৃহস্পতিবাৰে ক্ৰিকেট বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰত

82
  • বৃহস্পতিবাৰে ক্ৰিকেট বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ মেচ।
  • বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’ব এই মেচ।
  • ট্ৰেন্ট ব্ৰিজ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব গুৰুত্বপূৰ্ণ খেলখন।
  • এই সংস্কৰণৰ ক্ৰিকেট বিশ্বকাপত ১৮ নম্বৰখন খেল বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব।
  • ইতিমধ্যে ২খন খেলত অৱতীৰ্ণ হৈ দুয়োখনতে জয়ী হৈছে ভাৰত।
  • ইফালে নিউজিলেণ্ডো জয়ী হৈছে অৱতীৰ্ণ হোৱা ৩খন খেলতে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি