শেহতীয়া খবৰ
এলাগী হৈছে গুৱাহাটী!  •  ৰাজ্যত পুনৰ ৮১৪জনৰ দেহত ধৰা পৰে কোভিড-১৯...  •  চানমাৰিস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ ১৬জন কৰ্মচাৰীৰ দেহত কোভিড-১৯...  •  কোভিড-১৯ঃ অসমত পুনৰ এগৰাকী মহিলাই হেৰুৱালে প্ৰাণ...  •  গুৱাহাটীত কিমান আৰক্ষী আক্ৰান্ত কোভিড-১৯ত...  •  এনএইচপিচিয়ে নিৰ্মাণ সামগ্ৰী কঢ়িয়াই নিয়াৰ প্ৰতিবাদত ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ...  •  কেনেকৈ দিছপুৰৰ সচিবালয়ত লাগিল জুই...  •  অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত সচিবালয়ত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...  •  অসম সচিবালয়ৰ ‘বি’ ব্ল’কত ৰহস্যজনক অগ্নিকাণ্ড, জাহ গ’ল বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ...  •  অসম সচিবালয়ৰ ‘বি’ ব্ল’কত ৰহস্যজনক অগ্নিকাণ্ড, জাহ গ’ল বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ...

ভাৰত-নিউজিলেণ্ডৰ মাজত প্ৰথমখন এদিনীয়া, প্ৰথমে বেটিং কৰি ভাৰতে সংগ্ৰহ কৰিছে ১৫৬ ৰান…

285
  • বুধবাৰে অনুষ্ঠিত হৈছে ভাৰত-নিউজিলেণ্ডৰ মাজত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল।
  • চেদন পাৰ্কত অনুষ্ঠিত হৈছে খেলখন।
  • টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত নিউজিলেণ্ডৰ।
  • ভাৰতে বেট ধৰি এতিয়ালৈকে ২৮.৩ অভাৰত সংগ্ৰহ কৰিছে ১৫৬ ৰান।
  • ৩ টা উইকেট হেৰুৱাইছে ভাৰতে।
  • ভাৰতৰ হৈ সৰ্বাধিক ৫১ ৰান সংগ্ৰহ কৰি আউট বিৰাট কোহলী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি