অসম জাতীয় বিদ্যালয়ত ”ইংৰাজী ভাষা প্ৰয়োগশালা” আৰু ”স্মাৰ্ট ক্লাছ ৰূম” উদ্বোধন…

অসম জাতীয় বিদ্যালয়ত ”ইংৰাজী ভাষা প্ৰয়োগশালা” আৰু ”স্মাৰ্ট ক্লাছ ৰূম” উদ্বোধন…

ডিজিটেল ডেস্কঃ শনিবাৰে অসমৰ শিক্ষা জগতত জন্মলগ্নৰে পৰা উল্লেখনীয় অৱদান আগবঢ়াই অহা নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ত "ইংৰাজী ভাষা প্ৰয়োগশালা" আৰু "স্মাৰ্ট ক্লাছ ৰূম" উদ্বোধন কৰা হয়।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে উদ্বোধন কৰা এই অনুষ্ঠানটিত উপস্থিত থাকে অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধি, সচিব নাৰায়ণ ডেকাৰ লগতে বিদ্যালয়খনৰ শিক্ষক আৰু শিক্ষাৰ্থীসকল।

দিনৰ প্ৰায় ১বজাত উদ্বোধন কৰা এই "ইংৰাজী ভাষা প্ৰয়োগশালা" সন্দৰ্ভত বিদ্যালয়খনৰ কৰ্তৃপক্ষই কয়- মাতৃভাষা মাধ্যমৰ বিদ্যালয় আসন বিদ্যালয়ে জন্মলগ্নৰে পৰা ইংৰাজী ভাষাৰ তথ্যপ্রণালীবদ্ধ শিক্ষাৰ ওপৰত আৰোপ কৰি আহিছে। এই প্রচেষ্টাৰ ভাষত এটি ইংৰাজী ভাষা প্রয়োজশাপা English LanguageLaboratory) সংযোজন কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in