বাংগালোৰত পুনৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু বোকাখাতৰ যুৱকৰ…

বাংগালোৰত পুনৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু বোকাখাতৰ যুৱকৰ…
  • বাংগালোৰত পুনৰ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু বোকাখাতৰ যুৱকৰ।
  • বোকাখাতৰ সেউজীপাৰৰ অঞ্জন বৰুৱা নামৰ যুৱকজনৰ ২৮ এপ্ৰিলত চিনাক্ত হৈছিল কোভিড পজিটিভ।
  • বাংগালোৰৰ "scop interationel" নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত যুৱক জনৰ সোমবাৰে পুৱা মৃত্যু হয় কোভিডত।
  • বাংগালোৰৰ চোমেটহাল্লি নামৰ ঠাইত পত্নী চিল্পা সহ বিগত ১৫ বছৰে বসবাস কৰি আহিছিল যুৱকজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in