এনআৰচিৰ ভয়ৰ অসমত প্ৰাণ হেৰুৱাইছে এশৰো অধিক লোকেঃ মমতা বেনাৰ্জী

এনআৰচিৰ ভয়ৰ অসমত প্ৰাণ হেৰুৱাইছে এশৰো অধিক লোকেঃ মমতা বেনাৰ্জী
  • অসমৰ উদাহৰণ দি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰোধিতা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।
  • মঙলবাৰে নডিয়াত আয়োজিত এক অনুষ্ঠানত অংশ লৈ পুনৰ এবাৰ 'কা' আৰু এনআৰচিৰ বিৰুদ্ধে সৰৱ হৈ পৰে মমতা।
  • অসমত এনআৰচিৰ বাবে ১০০ জনৰো অধিক লোকে আত্মহত্যা কৰা বুলি দাবী মমতা বেনাৰ্জীৰ।
  • এনআৰচিৰ ভয়ত পশ্চিম বংগতো ৩১ বা ৩২ জন লোকৰ মৃত্যু হোৱা বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।
  • কোনো পধ্যেই এই এনআৰচি জনতাৰ বাবে হিতকৰ হ'ব নোৱাৰে বুলি মন্তব্য কৰে মমতা বেনাৰ্জীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in