শেহতীয়া খবৰ
অৱশেষত আত্মসমৰ্পণ কৰিলে দীৰ্ঘদিনে পলাই ফুৰা এচিএছ বিষয়া নবাৰুন ভট্টাচাৰ্যই  •  বঙাইগাঁৱত খেদি খেদি দাৰে কাটি হত্যা এজনক  •  তৃতীয়খন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়  •  নলবাৰীত ৰমেশ চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ-গ্ৰন্থ উন্মোচনী সভা  •  অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নহয়! ধনদাবী কৰি ৰঙাঘৰত সোমাল জাতীয় সংগঠনৰ নেতা  •  সৰুপথাৰত প্ৰাণতোষ দাস সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা সম্পন্ন  •  মা, এয়া তোমাৰ জন্মদিনৰ উপহাৰ...  •  অভয়াপুৰীৰ কাকৈজানাত পথ দুৰ্ঘটনাত নিহত শিক্ষক  •  আগন্তুক বিটিএডি নিৰ্বাচনত শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব বিজেপিঃ ওদালগুৰিত বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়  •  বান্দৰদেৱাত ভাড়াঘৰত উদ্ধাৰ হেৰ’ইন, পলাতক মুল অভিযুক্ত...

সাংসদ পুত্ৰৰ নামত অবৈধ ৰিজ’ৰ্টঃ জেচিবি লগাই ভাঙিলে জিলা প্ৰশাসনে

1,441
  • উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশত ভাঙি পেলোৱা হ’ল এখন ৰিজ’ৰ্ট।
  • সমাজবাদী পাৰ্টীৰ সাংসদ আজম খানৰ পুত্ৰ আব্দুল্লাহ আজম খানৰ নামত আছিল এই ৰিজ’ৰ্টখন।
  • ৰিজ’ৰ্টখন অবৈধভাৱে নিৰ্মাণ কৰিছিল আজম খানৰ পুত্ৰই।
  • যাৰ বাবে ৰামপুৰ জিলা প্রশাসনে সোমবাৰে জেচেবি লগাই ভাঙে ৰিজ’ৰ্টৰ ৱাল।
  • উল্লেখ্য যে, সমাজবাদী পাৰ্টীৰ সাংসদ আজম খানৰ বিৰুদ্ধে আছে ৩০ৰো অধিক ভূমি বেদখলৰ অভিযোগ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি