শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...

২০২২ৰ ৪ মাৰ্চৰ পৰা মহিলা ক্ৰিকেট বিশ্বকাপ…

381

ডিজিটেল ডেস্কঃ মহিলা ক্ৰিকেট বিশ্বকাপ সন্দৰ্ভত আইচিচিৰ গুৰুত্বপূৰ্ণ ঘোষণা। ২০২২ৰ ৪ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ খেলা হ’ব এই মহিলা টুৰ্ণামেন্ট। নিউজিলেণ্ডত অনুষ্ঠিত হ’ব মহিলা ক্ৰিকেট বিশ্বকাপ। উল্লেখ্য যে, পূৰ্বে এই মহিলা বিশ্বকাপ ২০২১চনৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত খেলাৰ কথা আছিল যদিও কোৰোনা সৃষ্ট পৰিৱেশৰ বাবে এবছৰ পিচুৱাই দিয়া হয়।

এই টুৰ্ণামেন্টৰ ভাৰতৰ মহিলা ক্ৰিকেট দলে ৬ মাৰ্চত মেচ খেলিব। অৱশ্যে ভাৰতৰ বিৰুদ্ধে কোনে খেলিব সেয়া কোৱালিফায়াৰ মেচৰ পাছতহে জানিব পৰা যাব। কোৰোনা ভাইৰাছ সৃষ্টি পৰিৱেশৰ বাবে ক্ৰীড়া ক্ষেত্ৰতো বহু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি