শেহতীয়া খবৰ
একেখন মঞ্চত মায়াৱতী, মুলায়েম, অখিলেশ...  •  নিমিষতে ছাই হৈ গ'ল সকলো, দক্ষিণ শালমাৰাত অগ্নিকাণ্ডত ভস্মীভূত ৭ টা ঘৰ  •  ৰাহুল গান্ধীলৈ নিৰ্বাচন আয়োগৰ জাননী...  •  বিদায় কংগ্ৰেছ... ৰাহুললৈ প্ৰিয়ংকাৰ আবেগভৰা চিঠি!  •  আগমনীত আৰক্ষীৰ জালত ২ বলাৎকাৰী  •  একেদিনাই কংগ্ৰেছ এৰি শিৱসেনালৈ প্ৰিয়ংকা...  •  মোৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকী মোৰ বাবে ফেক্টৰ নহয়ঃ দিগ্বিজয় সিং  •  নগাঁৱৰ কঠীয়াতলীত ৰাবিজ ভৰ্তি ডাম্পাৰ আৰু বালি ভৰ্তি ট্ৰাক জব্দ, চাওক VIDEO  •  মঞ্চত ভাষণৰ মাজতে চৰিওৱা ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল হাৰ্দিকৰ  •  অসন্তুষ্ট কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা, অৱশেষত ল’লে পদত্যাগৰ সিদ্ধান্ত

অসম পালে স্বৰ্ণজয়ী হৃদয়, শিল্পগ্ৰামত ৰাজ্য চৰকাৰৰ সম্বৰ্ধনা

277
  • অসম পালেহি স্বৰ্ণপুত্ৰ হৃদয়।
  • হৃদয়ক সম্বৰ্ধনা জনাব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
  • পাঞ্জাবাৰীৰ শিল্পগ্ৰামত হৃদয়ক সম্বৰ্ধনা জনাবলৈ ৰাজ্য চৰকাৰে আয়োজন কৰিছে এক অনুষ্ঠান।
  • খন্তেক সময় জিৰণিৰ পাছতে পিতৃ-মাতৃৰ সৈতে শিল্পগ্ৰামত উপস্থিত হ’ব হৃদয়।
  • দিনৰ ১.৪০ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় হৃদয় হাজৰিকা।
  • হৃদয়ক আদৰণি শক্তিমন্ত্ৰী তপন গগৈ আৰু যুৱ কল্যাণ দপ্তৰৰ সদস্য সচিব লক্ষ্য কোঁৱৰৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি