অসম পালে স্বৰ্ণজয়ী হৃদয়, শিল্পগ্ৰামত ৰাজ্য চৰকাৰৰ সম্বৰ্ধনা

অসম পালে স্বৰ্ণজয়ী হৃদয়, শিল্পগ্ৰামত ৰাজ্য চৰকাৰৰ সম্বৰ্ধনা
  • অসম পালেহি স্বৰ্ণপুত্ৰ হৃদয়।
  • হৃদয়ক সম্বৰ্ধনা জনাব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
  • পাঞ্জাবাৰীৰ শিল্পগ্ৰামত হৃদয়ক সম্বৰ্ধনা জনাবলৈ ৰাজ্য চৰকাৰে আয়োজন কৰিছে এক অনুষ্ঠান।
  • খন্তেক সময় জিৰণিৰ পাছতে পিতৃ-মাতৃৰ সৈতে শিল্পগ্ৰামত উপস্থিত হ'ব হৃদয়।
  • দিনৰ ১.৪০ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় হৃদয় হাজৰিকা।
  • হৃদয়ক আদৰণি শক্তিমন্ত্ৰী তপন গগৈ আৰু যুৱ কল্যাণ দপ্তৰৰ সদস্য সচিব লক্ষ্য কোঁৱৰৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in