শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

ৰূপহীহাটত জঘন্য ঘটনা,মানসিক বাধাগ্ৰস্ত মহিলাক ধৰ্ষন কৰি হত্যা

228
  • ৰূপহীহাটত জঘন্য ঘটনা ।
  • মানসিক বাধাগ্ৰস্ত এগৰাকী মহিলাক ধৰ্ষন কৰি হত্যা।
  • ৰূপহীহাটৰ গুণাবাৰী দলং পাৰত সংঘটিত হৈছে এই নৃশংস ঘটনা।
  • নিশা কোনো দুৰ্বৃত্ত‌ই এই দুস্কাৰ্য সংঘটিত কৰি দলংপাৰৰ নিৰ্জন ঠাইত মৃতদেহটো পেলাই থৈ যায়।
  • মহিলা গৰাকীৰ দেহৰ বিভিন্ন অংশত আঘাতৰ চিন স্পষ্ট।
  • পূৱা একাংশ লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
  • বৰ্তমানলৈকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱা নাই।
  • এগৰাকী মানসিক বাধাগ্ৰস্ত মহিলাক এনেদৰে ধৰ্ষন কৰি হত্যা কৰা কাৰ্য‌ই সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
  • মৃত মহিলা গৰাকীৰ ঘৰ ৰূপহীহাটৰ তেলিয়া চাপৰিটুপৰ বুলি ৰাইজে চিনাক্ত কৰে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি