ৰূপহীহাটত জঘন্য ঘটনা,মানসিক বাধাগ্ৰস্ত মহিলাক ধৰ্ষন কৰি হত্যা

ৰূপহীহাটত জঘন্য ঘটনা,মানসিক বাধাগ্ৰস্ত মহিলাক ধৰ্ষন কৰি হত্যা
  • ৰূপহীহাটত জঘন্য ঘটনা ।
  • মানসিক বাধাগ্ৰস্ত এগৰাকী মহিলাক ধৰ্ষন কৰি হত্যা।
  • ৰূপহীহাটৰ গুণাবাৰী দলং পাৰত সংঘটিত হৈছে এই নৃশংস ঘটনা।
  • নিশা কোনো দুৰ্বৃত্ত‌ই এই দুস্কাৰ্য সংঘটিত কৰি দলংপাৰৰ নিৰ্জন ঠাইত মৃতদেহটো পেলাই থৈ যায়।
  • মহিলা গৰাকীৰ দেহৰ বিভিন্ন অংশত আঘাতৰ চিন স্পষ্ট।
  • পূৱা একাংশ লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
  • বৰ্তমানলৈকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱা নাই।
  • এগৰাকী মানসিক বাধাগ্ৰস্ত মহিলাক এনেদৰে ধৰ্ষন কৰি হত্যা কৰা কাৰ্য‌ই সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
  • মৃত মহিলা গৰাকীৰ ঘৰ ৰূপহীহাটৰ তেলিয়া চাপৰিটুপৰ বুলি ৰাইজে চিনাক্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in