৮ বছৰৰ পূৰ্বে জুবিনে জানিছিল নেকি এই কথা...

দিনটো আছিল ১৯ছেপ্টম্বৰ। বছৰটো আছিল ২০১৭। ২০২৫ত ১৯ছেপ্টম্বৰতে আহিল জুবিন নোহোৱাৰ খবৰ। ৯বছৰ আগতে এই দিনটোতে জুবিনে এটা ফেচবুক দিনটো আছিল ১৯ছেপ্টম্বৰ। বছৰটো

author-image
Asomiya Pratidin
New Update
e7e5c4ad-98b1-47bf-bd7b-4169b2539541

ডিজিটেল ডেস্কঃ  

দিনটো আছিল ১৯ছেপ্টম্বৰ। বছৰটো আছিল ২০১৭। ২০২৫ত ১৯ছেপ্টম্বৰতে আহিল জুবিন নোহোৱাৰ খবৰ। ৯বছৰ আগতে এই দিনটোতে জুবিনে এটা ফেচবুক আপডেট দিছিল। কাকতলীয়ভাৱে সেই কথাখিনি যেন আজি মিলি গৈছে। 

আচৰিত! সেইদিন জুবিনে ফেচবুকত নিজৰ এখন বিশেষ ভংগীমাত থকা ফটো আপলোড কৰিছিল। সোঁহাতখন ওপৰলৈ তুলি মূৰত গামোচা মাৰি থকা এই ফটোখনৰ সৈতে জুবিনে ইংৰাজীতেই লিখিছিল সেই কথাখিনি। যিখিনি কথাৰ সাৰাংশ আছিল- চিন্তা নকৰিবা, কৰ্ণেল পুনৰ ঘূৰি আহিব। সুস্থিৰ হ’বলৈ মাত্ৰ কিছু সময়ৰ প্ৰয়োজন। মোৰ মন, মোৰ মগজু অভাৰলোডেড হৈছে অত্যাধিক কামৰ বাবে। জয় হিন্দ…

জুবিনৰ মৃ্ত্যুৰ খবৰ পোৱাৰ পাছত জুবিনৰ সেই পুৰণি ফেচবুক পোষ্টটোৰ কথাখিনিয়ে বহু কথা ভৱাৰ অৱকাশ দিছে। জুবিনৰ আঁচলতে কেতিয়াও মৃত্যু হ’ব নোৱাৰে। তেওঁ সদায় থাকিব আমাৰ মনত, আমৰ হৃদয়ত এটি মিঠা সুৰ হৈ, এটি মিঠা গান হৈ…

 কাকতলীয়ভাৱে সেই কথাখিনি যেন আজি মিলি গৈছে। 

জুবিন গাৰ্গ