লোকে লোকাৰণ্য হাতীমূৰাৰ জুবিনৰ শেষকৃত্যৰস্থলীঃ উৰে নিশা সকলো দিশ পৰ্যবেক্ষণ দুই মন্ত্ৰীৰ

লোকে লোকাৰণ্য হৈ পৰিছে সোণাপুৰৰ হাতীমূৰা।  হাজাৰ হাজাৰ লোকে নিশাৰে পৰা ভিৰ কৰিছেহি শেষকৃত্যৰ অনুষ্ঠানস্থলীত। নিৰাপত্তাৰক্ষীৰেও ভৰি আছে অঞ্চলটো। 

author-image
Asomiya Pratidin
New Update
sonapur 23
  • লোকে লোকাৰণ্য হৈ পৰিছে সোণাপুৰৰ হাতীমূৰা।  
  • হাজাৰ হাজাৰ লোকে নিশাৰে পৰা ভিৰ কৰিছেহি শেষকৃত্যৰ অনুষ্ঠানস্থলীত। 
  • নিৰাপত্তাৰক্ষীৰেও ভৰি আছে অঞ্চলটো। 
  • স্থাপন কৰা হৈছে বেৰিকেড। 
  • ৪ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ ল'লে পৰিস্থিতিৰ বুজ। 
  • উৰে নিশা শেষকৃত্যৰস্থলীত উপস্থিত থাকি সকলো পৰ্যবেক্ষেণ কৰিছে জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্ত, ৰণোজ পেগুৱে। 
  • শেষকৃত্যৰস্থলীত অনুৰাগীৰ বাবে ঠাইৰ অভাৱৰ কথা কেশৱ মহন্তই অৱগত কৰে মুখ্যমন্ত্ৰীক।
  • অনুৰাগীৰ আৱেগক কিদৰে বাধা দিব বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। 
  • সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ আছে অসমত, সেয়ে সকলো সুলমে হৈ যোৱাৰ বাবে প্ৰাৰ্থনা কৰাৰ কথা উল্লেখ। 
  • পৰাপক্ষত অনুৰাগীসকলক ঘৰতে থাকি টেলিভেছনতে শেষকৃত্যৰ অনুষ্ঠান চাবলৈয়ো আহ্বান। 
  • এতিয়াও শেষকৃত্যৰস্থলীত ব্যস্ত হৈ আছে বিভিন্ন কামত শ্ৰমিক।
জুবিন গাৰ্গ