ক’ত পালেহি জুবিনক কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ AIC2116 নম্বৰৰ বিমানখন?

ফ্লাইটৰাডাৰ-২৪ ৰ লাইভ লোকেচনৰ তথ্য অনুসৰি ভাৰতীয় সময় অনুসৰি ৭-৫৭ ত নতুন দিল্লীমুখী এয়াৰ ইণ্ডিয়াৰ AIC2116 নম্বৰৰ বিমানখন এতিয়া উৰি আছে আন্দামান সাগৰ ওপৰত। 

author-image
Tushar Pratim
New Update
air india 20

ডিজিটেল ডেস্কঃ ফ্লাইটৰাডাৰ-২৪ ৰ লাইভ লোকেচনৰ তথ্য অনুসৰি ভাৰতীয় সময় অনুসৰি ৭-৫৭ ত নতুন দিল্লীমুখী এয়াৰ ইণ্ডিয়াৰ AIC2116 নম্বৰৰ বিমানখন এতিয়া উৰি আছে আন্দামান সাগৰ ওপৰত। 

উল্লেখযোগ্য যে এইখন বিমানতে জুবিন গাৰ্গৰ নশ্বৰ দেহ ছিংগাপুৰৰ পৰা কঢ়িয়াই অনা হৈছে। ফ্লাইটৰাডাৰৰ তথ্য অনুসৰি ছিংগাপুৰৰ স্থানীয় সময় ৮-৩০ মিনিটত নতুন দিল্লী অভিমুখে উৰা মাৰিছিল বিমানখনে। 

উক্ত বিমানখন নিশা ১১-৫৫ বজাত নতুন দিল্লীৰ বিমান বন্দৰত অৱতৰণ কৰিব বুলি ফ্লাইটৰাডাৰৰ লাইভ লোকেচনৰ তথ্যত প্ৰকাশ। তাৰ পৰা জুবিনৰ নশ্বৰ দেহ পোনে পোনে আন এখন বিমানেৰে লৈ অনা হ’ব গুৱাহাটীলৈ।  

জুবিন গাৰ্গ