জুবিন গাৰ্গৰ দুই PSO ক নিলম্বন...

জুবিন গাৰ্গৰ দুই PSO ৰ এজনৰ একাউণ্টৰ পৰা লেনদেন হৈছিল ৭০ লাখ আৰু আন এজনৰ একাউণ্টৰ পৰা লেনদেন হৈছিল ৪০ লাখ টকা...

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-07 at 2.40.01 PM
  • নিলম্বন হ'ল জুবিন গাৰ্গৰ দুই PSO
  • পৰেশ বৈশ্য আৰু কনিষ্টবল নন্দেশ্বৰ বৰাক নিলম্বন
  • দুয়োৰে একাউন্টত ১ কোটিৰো অধিক টকাৰ লেনদেন
  • একাউন্টত বৃহৎ পৰিমাণৰ ধন থকা বাবে নিলম্বন দুই PSO ক
জুবিন গাৰ্গ