কাইলৈ পুৱা ৭-৩০ বজাত সম্পন্ন হ'ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা...

পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ব জুবিন গাৰ্গৰ। মঙলবাৰে পুৱা ৭-৩০ বজাত জি এম চি এইছত সম্পন্ন হ'ব জুবিনৰ মৰণোত্তৰ পৰীক্ষা।  সংবাদ মেলৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ এই ঘোষণা। 

author-image
Tushar Pratim
New Update
কাইলৈ পুৱা ৭-৩০ বজাত সম্পন্ন হ'ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা...
  • পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ব জুবিন গাৰ্গৰ।
  • মঙলবাৰে পুৱা ৭-৩০ বজাত জি এম চি এইছত সম্পন্ন হ'ব জুবিনৰ মৰণোত্তৰ পৰীক্ষা। 
  • সংবাদ মেলৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ এই ঘোষণা। 
  • মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰয়োজন হ'ব ১ ৰ পৰা ডেৰ ঘণ্টাৰ সময়। 
  • মৰণোত্তৰ পৰীক্ষাৰ পাছত পুনৰ জুবিনক লৈ যোৱা হ'ব সৰুসজাইলৈ। 
  • তাৰ পাছত তেওঁক লৈ যোৱা হ'ব শেষকৃত্যৰ অনুষ্ঠানলৈ। 
  • জুবিনৰ পুনৰ মৰণোত্তৰ পৰীক্ষালৈ সমৰ্থন গৰিমা শইকীয়া গাৰ্গৰো।
  • ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত। 
  • জুবিনৰ মৃত্যুৰ সন্দৰ্ভত ৰুজু কৰা সকলো গোচৰ চি আই ডিলৈ হস্তান্তৰ কৰাৰ কথাও ঘোষাণা। 
  • যিসকলে জুবিনৰ মৃত্যুৰ পাছত তেওঁক অপমান কৰিলে তেওঁলোকৰ বিৰুদ্ধেও ল'ব ব্যৱস্থা।
জুবিন গাৰ্গ