জুবিন মৃত্যু কাণ্ডৰ অভিযুক্ত শেখৰ জ্যোতি গোস্বামীক গ্ৰেপ্তাৰ...

জুবিন মৃত্যু কাণ্ডৰে নাম সাঙোৰ খোৱা প্ৰথমজন অভিযুক্তক গ্ৰেপ্তাৰ। গাড়ীগাঁৱৰ পৰা গ্ৰেপ্তাৰ শেখৰ জ্যোতি গোস্বামীক। জুবিনৰ ছিংগাপুৰ ভ্ৰমণৰ অন্যতম সংগী আছিল বাদ্যযন্ত্ৰ শিল্পী গোস্বামী।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • জুবিন মৃত্যু কাণ্ডৰে নাম সাঙোৰ খোৱা প্ৰথমজন অভিযুক্তক গ্ৰেপ্তাৰ।
  • গাড়ীগাঁৱৰ পৰা গ্ৰেপ্তাৰ শেখৰ জ্যোতি গোস্বামীক।
  • জুবিনৰ ছিংগাপুৰ ভ্ৰমণৰ অন্যতম সংগী আছিল বাদ্যযন্ত্ৰ শিল্পী গোস্বামী।
  • SITএ তেওঁৰ ঘৰত চলাইছিল অভিযান।
  • সেই অভিযানৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় শেখৰজ্যোতিক।ষ
  • ছিংগাপুৰৰ সাগৰৰ য়াট ভ্ৰমণত সংগী আছিল শেখৰ। 
  • অসমলৈ ঘূৰি আহি জুবিনৰ মৃত্যুৰ সন্দৰ্ভত বহু বিস্ফোৰক মন্তব্য কৰিছিল শেখৰে।
  • জুবিন ওঠ আৰু ভৰি নীলা পৰা বুলি জানিবলৈ দিছিল শেখৰ জ্যোতি গোস্বামীয়ে। 
  • উল্লেখ্য যে, জুবিনৰ নশ্বৰ দেহৰ সৈতে দিল্লীৰ পৰা একেখন বিমানতে আহিছিল শেখৰ। 

জুবিন গাৰ্গ