New Update
/asomiyapratidin/media/media_files/2025/10/06/whatsapp-image-20-2025-10-06-12-52-02.jpeg)
- ক্ষীপ্র গতিত চলিছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্রক্রিয়া
- জুবিন গাৰ্গৰ মোবাইলত SIT য়ে পাইছে বহু চাঞ্চল্যকৰ তথ্য
- জুবিনৰ দেহৰক্ষীৰ একাউণ্টত লেনদেন হৈছিল বৃহৎ পৰিমাণৰ ধন
- প্ৰায় ১ কোটিৰো অধিক ধনৰ লেন-দেনৰ তথ্য লাভ SITৰ
- সেই তথ্যৰ ভিত্তিতে বহু লোকক মতা হৈছে CID কাৰ্যালয়লৈ
- ইফালে, ছিংগাপুৰৰ ঘটনা সন্দৰ্ভত ইজনৰ পিছত সিজনক CIDলৈ তলব
- CID কাৰ্যালয়ত ভাষ্য সংগ্রহ কৰা হৈছে বিভিন্ন জনৰ
- SITয়ে আজি ভাষ্য সংগ্রহ কৰিব অভিমন্যু তাঁতী, ৰিতু প্রয়াগ গাৰ্গৰ
- জুবিনক জোনালীৰ ষ্টুডিঅ’ৰ কেয়াৰটেকাৰ অভিমন্যু তাঁতী
- ইতিমধ্যে CIDত হাজিৰ জুবিনৰ সৈতে গান গোৱা প্রাৰ্থনা বৰা
- জুবিন গাৰ্গৰ সৈতে সঘন যোগাযোগত আছিল প্ৰাৰ্থনা বৰা
- পৰিস্মিতা দত্ত আৰু সাধন দাস নামৰ দুই যুৱক-যুৱতীকো তলব