New Update
/asomiyapratidin/media/media_files/2025/09/23/new-ap-web-3-13-2025-09-23-13-25-30.jpg)
- যুগনায়কক শেষ বিদায় অজস্র অনুৰাগীৰ
- ৰাষ্ট্রীয় মৰ্যাদাৰে প্রাণৰ শিল্পীক শেষ বিদায়
- ২১ জাঁই তোপধ্বনিৰে জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি অসম আৰক্ষীৰ
- মুখাগ্নি কৰে ভগ্নী পালমী বৰঠাকুৰ আৰু ৰাহুল গৌতম শৰ্মাই
- সহযোগ কৰে অৰুণ গাৰ্গ আৰু ৰিতুপ্রয়াগ গাৰ্গে
- চন্দন কাঠেৰে সম্পন্ন অন্ত্যেষ্টিক্রিয়া
- অশ্রুসিক্ত নয়নেৰে শেষ বিদায় প্রাণৰ শিল্পীগৰাকীক
- অসমবাসীৰ হৃদয়ত চিৰদিন গুঞ্জৰিত হৈ থাকিব জুবিন
- পঞ্চভূতত বিলীন জনতাৰ প্রিয় শিল্পী জুবিন গাৰ্গ
- মায়াবিনী ৰাতিৰ বুকুত’ গীতেৰে বিদায় জুবিন গাৰ্গক
- উপস্থিত সকলোৱে সমস্বৰে গালে ‘মায়াবিনী ৰাতিৰ বুকুত’
- উপস্থিত জুবিন অনুৰাগীৰ ‘জয় জুবিন গাৰ্গ’ ধ্বনি
- অন্তিম সংস্কাৰৰ পূৰ্বে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি জনালে মুখ্যমন্ত্রীয়ে।
- বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ শেষ শ্রদ্ধা জ্ঞাপন
- কেন্দ্রীয় চৰকাৰৰ হৈ অন্তিম শ্রদ্ধা কেন্দ্রীয় মন্ত্রী কিৰেণ ৰিজিজুৰ
- শেষ শ্রদ্ধা জ্ঞাপন কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ
- অন্তিমবাৰৰ বাবে শ্রদ্ধা জ্ঞাপন কেন্দ্রীয় ৰাজ্যমন্ত্রী পবিত্র মাৰ্ঘেৰিটাৰ
- অন্তিম শ্রদ্ধা জ্ঞাপন বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ
- জুবিনৰ পিতৃ কপিল বৰঠাকুৰো উপস্থিত শেষকৃত্য অনুষ্ঠানত
- পিতৃ কপিল বৰঠাকুৰ আৰু পত্নী গৰিমা গাৰ্গেও জনালে শেষ শ্রদ্ধা
- অসম সাহিত্য সভা, আছুৰ প্রতিনিধিয়ে জনালে শেষ শ্রদ্ধাঞ্জলি
- AJYCP, তাই আহোম ছাত্র সন্থাৰ শ্রদ্ধাঞ্জলি জ্ঞাপন
- জুবিন গাৰ্গ ফেনছ ক্লাবৰ অন্তিম শ্রদ্ধাঞ্জলি
- অৰুণাচল চৰকাৰৰ তৰফৰ পৰা অন্তিমবাৰলৈ শ্রদ্ধাঞ্জলি
- জনপ্রিয় শিল্পী জে পি দাসৰ অন্তিম শ্রদ্ধাঞ্জলি
- তিৱা, কাৰ্বি সমাজ, কাৰ্বি ছাত্র সন্থাৰ অন্তিম শ্রদ্ধা জ্ঞাপন
- অংগৰাগ পাপন মহন্ত, যতীন বৰা, জুবলিৰ শ্রদ্ধাঞ্জলি
- অসম আৰক্ষীৰ তৰফৰ পৰা অন্তিম শ্রদ্ধাঞ্জলি জ্ঞাপন
- শেষকৃত্য অনুষ্ঠানত উপস্থিত আছে ৰাজ্যৰ সকলো মন্ত্রী-বিধায়ক
- জুবিন গাৰ্গৰ অন্তিম যাত্রাৰ কৰ্ম সম্পন্ন কৰিছে তুষাৰ ভাগৱতী,পংকজ শৰ্মাই
- সৎকাতৰ কৰ্মী হিচাপে আছে ধৃতিমালা ডেকা, জয়ন্ত বৰুৱা
- লগত সহযোগ কৰিছে ললিত নাথ আৰু হিৰণ্য দাসে