New Update
/asomiyapratidin/media/media_files/2025/09/23/gmch-23-2025-09-23-07-06-45.jpg)
- আৰু কিছু সময়ৰ পাছত অন্ত পৰিব জুবিনৰ মৰণোত্তৰ পৰীক্ষা।
- জি এম চি এইছত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা।
- ছিংগাপুৰত মৰোণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত দ্বিতীয়বাৰৰ বাবে সম্পন্ন হৈছে তেওঁৰ মৰণোত্তৰ পৰীক্ষা।
- অসম চৰকাৰে গঠন কৰা চিকিৎসকৰ দলটোৱে কৰি আছে তেওঁৰ মৰণোত্তৰ পৰীক্ষা।
- দলটোত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়, প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ চিকিৎসক আৰু এইমছৰ বিশেষজ্ঞ।
- মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছতে জুবিনৰ মৃতদেহ লৈ যোৱা হ'ব সৰুসজাইলৈ।
- তাৰ পাছতেই সৰুসজাইৰ পৰা আৰম্ভ হ'ব শেষকৃত্য সম্পন্ন হ'বলগীয়া হাতীমূৰালৈ অন্তিম যাত্ৰা।