৭:৩০ বজাত নহয়, ৫:৩০ বজাতেই সম্পন্ন হ'ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা...

পুৱা ৫-৩০ বজাতে সম্পন্ন হ'ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। পূৰ্বে পুৱা ৭-৩০ বজাতহে তেওঁৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। 

author-image
Asomiya Pratidin
New Update
৭:৩০ বজাত নহয়, ৫:৩০ বজাতেই সম্পন্ন হ'ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা...
  • পুৱা ৫-৩০ বজাতে সম্পন্ন হ'ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা।
  • পূৰ্বে পুৱা ৭-৩০ বজাতহে তেওঁৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। 
  • কিন্তু পুৱা সৃষ্টি হ'ব পৰা সাম্ভাব্য পৰিস্থিতিৰ বাবে পুৱা ৫-৩০ বজাতেই মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ সম্ভাৱনা। 
  • মৰণোত্তৰ পৰীক্ষাৰ বাবে গঠন কৰা চিকিৎসকৰ দলটো জি এম চি এইছতে আছে বুলি জানিব পৰা গৈছে। 
  • মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছতে জুবিনৰ মৃতদেহ লৈ যোৱা হ'ব সৰুসজাইলৈ। 
  • তাৰ পাছতেই সৰুসজাইৰ পৰা আৰম্ভ হ'ব শেষকৃত্য সম্পন্ন হ'বলগীয়া হাতীমূৰালৈ অন্তিম যাত্ৰা।
জুবিন গাৰ্গ