খাৰুপেটীয়াত ওলাল জেহাদী...

খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম কামাৰপাৰা গাঁৱৰ পৰা আটক মুনসেৰ আলিক।মুনসেৰ আলিক Arakan Rohingya Salvation Army আৰু  Tahrik -E- Taliban Pakistan লগত সুসম্পৰ্ক থকাৰ অভিযোগ ।

author-image
Asomiya Pratidin
New Update
jjjd

ডিজিটেল সংবাদ, মঙলদৈঃ  খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম কামাৰপাৰা গাঁৱৰ পৰা আটক মুনসেৰ আলিক।মুনসেৰ আলিক Arakan Rohingya Salvation Army আৰু  Tahrik -E- Taliban Pakistan লগত সুসম্পৰ্ক থকাৰ অভিযোগ । মুনসেৰ আলি কিছুদিন পূৰ্বে তামিলনাডু কৰ্মস্থলীৰ পৰা খাৰুপেটীয়া লৈ উভতি আহিছিল ।

28274b42-b786-46c8-b146-588805e34248

মুনসেৰ আলি Social Media যোগে বাংলাদেশী উগ্ৰপন্থী লগত আছিল সুসম্পৰ্ক খাৰুপেটীয়াৰ লগত ৰাজ্যৰ বহু কেইটা ঠাইত কুতাৰ্ঘাঁটৰ  পৰিকল্পনা আছিল মুনসেৰৰ। খাৰুপেটীয়া আৰক্ষী কেচ নং ১৩৪/২০২৫ ধাৰা ১৪৭/১৪৮/১৫২/১৯৬ BNS আৰু R/W ধাৰা ৩৯(২) UA (P) এক্টত আটক কৰি জেল হাজোত লৈ প্ৰেৰণ  কৰে।

অসম