New Update
/asomiyapratidin/media/media_files/2025/09/18/yunush-tamuli-18-2025-09-18-19-19-12.jpg)
- হোজাই আৰক্ষীৰ জালত ইউনুছ তামুলী।
- বাঘ সেনা নামৰ এটা সংগঠনৰ নেতা ইউনুছ তামুলী।
- বিতৰ্কিত ইউনুছ তামুলীৰ বিৰুদ্ধে আছে কেইবাটাও গোচৰ।
- অসম বুৰঞ্জীও বিকৃত কৰিছিল এইজন স্বয়ম্ভু নেতাই।
- শিৱসাগৰ আৰু হোজাই আৰক্ষী থানাৰ দুটো গোচৰৰ ভিত্তিত আটক কৰা হৈছে ইউনুছ তামুলীক।
- বৰ্তমানেও হোজাইৰ আৰক্ষী জিম্মাতে আছে ইউনুছ তামুলী।
- জানিব পৰা মতে হোজাই আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে তামুলীক।
- যোৱা কিছুদিন ধৰি আৰক্ষীয়ে ইউনুছ তামুলীৰ গতি বিধি লক্ষ্য কৰি আহিছিল।
- তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছিল একাধিক গোচৰ।