আমাৰ জাগৰণ সাহিত্য প্ৰকাশনৰ পৰা গ্ৰন্থ প্ৰকাশ বহু লেখকক যুৱ লেখক সন্মান ঘোষণা

আমাৰ জাগৰণ সাহিত্য প্ৰকাশনৰ পৰা গ্ৰন্থ প্ৰকাশ কৰা বহুকেইজন লেখকো এই সন্মানৰ বাবে বিবেচিত কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-22 at 3.32.30 PM

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ যুৱ লেখক সন্মান ঘোষণা। ৮১৮গৰাকী ৪০ অনুৰ্ধ্ব যুৱ লেখক-লেখিকালৈ যুৱ লেখক সন্মান ঘোষণা।গ্ৰন্থবৰ্ষ উপলক্ষে ৰাজ্য চৰকাৰৰ এই বিশেষ পদক্ষেপ। ২৪ ডিচেম্বৰত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত 'অসম গ্ৰন্থমেলা' প্ৰাংগণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব এই সন্মান। 

WhatsApp Image 2025-12-22 at 2.56.38 PM

উল্লেখ্য যে আমাৰ জাগৰণ সাহিত্য প্ৰকাশনৰ পৰা গ্ৰন্থ প্ৰকাশ কৰা বহুকেইজন লেখকো এই সন্মানৰ বাবে বিবেচিত কৰা হৈছে।

WhatsApp Image 2025-12-22 at 2.56.39 PM (2)তেওঁলোকৰ নাম ক্ৰমেঃ

১| দেৱাঞ্জন বৰঠাকুৰ : এটা ক'লা ছাতি আৰু এজন বগা মানুহ
২| দীপাঞ্জন কাশ্যপ : অণুগল্প প্ৰবাহ 
৩| অংগনা ভট্টাচাৰ্য্য : ভামো , জোনধনে জোনালীতে 
৪| আকাশ সাহা : সত্যৰ প্ৰকাশ 
৫| গীতাঞ্জলি নাথ : ইটো-সিটো ইত্যাদি...
৬| জ্যোতিময় খাটোৱাল : মৃত্যুৰ পিৰামিড 
৭| মুন্মি মহন্ত : অলিভিয়া 
৮| মানস প্ৰতিম দত্ত : চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু , প্ৰকৃতিৰ বিচিত্ৰ সাধু , সংকট সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি 
৯| দেবব্ৰত গগৈ : নাহৰৰ দেশত জোনাকৰ সাধু 
১০| কবিতা কৰ্মকাৰ : যুদ্ধৰ দিনবোৰত অকলে থাকোঁ 
১১| পুষ্পাঞ্জলি শিৱম শৰ্মা : ইকিগাই, কিৰিৎসুৰেই , আকাভাইন 
১২| ডঃৰণ্টু দত্ত : অসমৰ বয়ন শিল্প 
১৩| জিতুল বৰা : অসমৰ পৰ্যটনস্থলী 
১৪| সংস্থিতা শৰ্মা: অৰ্গল

WhatsApp Image 2025-12-22 at 2.56.39 PM (1)

যুৱ লেখক