জাৱৰেৰে ভৰি পৰিছে যমুনা, ৪৬০ কোটি টকাৰে নিষ্কাষণৰ কাম আৰম্ভ

জাৱৰেৰে ভৰি পৰিছে যমুনা, ৪৬০ কোটি টকাৰে নিষ্কাষণৰ কাম আৰম্ভ

ডিজিটেল ডেস্কঃ বৰ্তমান জাৱৰৰ দমত পৰিণত হৈছে আগ্ৰাৰ যমুনা নদী আৰু ইয়াৰ পাৰসমূহ। প্ৰায় ৯০টা সৰু-বৰ নলা সংযোগ হোৱা এই নদীখন জাৱৰেৰে ভৰি পৰিছে।

মানুহে ব্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিক আৰু বিভিন্ন সামগ্ৰীৰ ফলত প্ৰদূষিত হৈছে নদীখনৰ পানী। আগ্ৰাৰ এজন স্থানীয় লোকে জনোৱা মতে, বৰ্তমান নদীখনত আৰম্ভ হৈছে জাৱৰ নিষ্কাষণৰ কাম। প্ৰায় ৪৬০ কোটি টকা ব্যয়ৰে জলসম্পদ বিভাগে জাৱৰ নিষ্কাষণৰ কাম আৰম্ভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in