গুৱাহাটীত মহিলা বিশ্বকাপৰ ছেমি ফাইনেল মেচ

মেচৰ প্রস্তুতি সম্পৰ্কে সংবাদমেল BCCIৰ সচিব দেৱজিৎ‍ শইকীয়াৰ। প্রথমবাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেল অনুষ্ঠিত কৰাৰ সুযোগ পাইছো।

author-image
Asomiya Pratidin
New Update
AP FOR sa vs eng
  • ২৯ অক্টোবৰত গুৱাহাটীত মহিলা বিশ্বকাপৰ ছেমি ফাইনেল মেচ।
  • দক্ষিণ আফ্রিকা–ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব মেচখন।
  • মেচৰ প্রস্তুতি সম্পৰ্কে সংবাদমেল BCCIৰ সচিব দেৱজিৎ‍ শইকীয়াৰ।
  • প্রথমবাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেল অনুষ্ঠিত কৰাৰ সুযোগ পাইছো।
  • অন্য প্রান্তত বতৰে বিধি পথালি দিছে, কিন্তু গুৱাহাটীত বতৰ ভাল।
  • টিকট বুক মাই শ্ব’ত মুকলি কৰা হৈছে।
  • বৰ্তমানলৈ টিকটৰ ক্ষেত্রত ভাল সঁহাৰি পোৱা গৈছে।
  • খেলৰ প্রতি আগ্রহী থকাসকলে ACAক আবেদন কৰিলে প্রদান কৰিব বিনামূলীয়া টিকট।
  • বিশ্বকাপত ভাৰতীয় মহিলা দলত উমা চেত্রীয়ে খেলাটো ভাল খবৰ।
  • BCCIৰ শীৰ্ষ বিষয়ববীয়া উপস্থিত থাকিব ছেমি ফাইনেল মেচত।
বিশ্বকাপ