New Update
/asomiyapratidin/media/media_files/2025/10/24/whatsapp-image-20-2025-10-24-15-05-54.jpeg)
- মহানগৰীৰ মহিলা নিচামুক্তি কেন্দ্রত ভয়ংকৰ কাণ্ড
- হেঙেৰাবাৰীৰ সৃষ্টি ৱেলনেচ চেণ্টাৰত যুৱতীক নিৰ্যাতনৰ অভিযোগ
- ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল অসম ৰিহেব এছ’চিয়েচনৰ
- নিচামুক্তি কেন্দ্রৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
- নিশা ড্রাগছ সেৱন কৰি মাতাল হৈ যুৱতীক প্রহাৰ কৰাৰ অভিযোগ
- নিশাই মহিলা ৰোগীয়ে ফোনযোগে অভিযোগ দিয়ে অসম ৰিহেব এছ’চিয়েচনক
- কল ৰেকৰ্ডিঙত স্পষ্ট সকলো কথা
- গোচৰ ৰুজু হোৱাৰ পিছতেই কেন্দ্রটোত উপস্থিত দিছপুৰ আৰক্ষী
- বৰ্ণালী বৈশ্য, নৱজিৎ মেধিৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us